Ja Namatu Tuk || Neel Akaash || Papori Gogoi || Prastuti Parasar

6,153,220
0
Published 2023-07-16
Abahan theatre 2023-24 present
Song - Ja Namatu Tuk
Singer - Neel Akash, Papori Gogoi
Composer & Lyrics - Ajoy Phukan
Music/mix& Mastered - Palash Gogoi
backing vocal - Palash Gogoi
Flute - Anjan Medhi
Poster design & lyrical video- Partha Jit Hira

All Comments (21)
  • সুন্দৰ ৰোমান্তিক গান। কাৰ্বি ভাষাৰ বাক্যত গীতটি প্ৰযোগ কৰাত বেছি কৈ আপ্লুত হৈছোঁ।আবাহন থিয়েটাৰ দীৰ্ঘাযু কামনা‌ কৰিলোঁ।
  • পাপৰি মেম অসমৰ এনেকুৱা এজনী সু কণ্ঠী গায়িকা। যাৰ কণ্ঠই মৰি যোৱা হিয়াক প্ৰাণ দি উভতাই উঠাব পাৰে। সদায় সুস্থ শৰীৰ আৰু সুন্দৰ মনলৈ জীয়াই থকা। অহংকাৰ যেন আপোনাৰ পৰা হেজাৰ কি:মি: দূৰত থাকক। সদায় অসমৰ ৰাইজে আপোনাক জুবিন দাৰ দৰে হিয়াৰ আমুঠি কৰি ৰাখক। কামনা কৰিলোঁ ঈশ্বৰৰ ওচৰত।
  • পাপৰি বা আৰু নীল দাৰ বাবে এটা like ধেমাজি ৰ পৰা বহুত মৰম বা ইমান এটা গীত আমাৰ বাবে উপহাৰ দিয়াৰ বাবে love from dhemaji ❤️
  • @indiatube3390
    ⚘️Mojjah.......🍁🌻🍁 ⚘️nice - Song ⚘️nice - Voice ⚘️nice - Music ⚘️nice - Lyrics ⚘️nice - Tune ❤️❤️ Special thanks Papori madam & all team members বহুত বহুত ভাল লগা গান এটা ৰাইজক উপহাৰ দিয়াৰ বাবেই 🌹❤️🙏❤️🌹
  • বহুত ধুনীয়া হৈছে গানটো।কবলৈ ভাষা বিচাৰি পোৱা নাই❤❤।অনাগত দিনত এনে ধৰণৰ গান পাম বুলি আশা কৰিলো। বহুত বহুত ধন্যবাদ বা। আপুনি ভালে থাকক কুশলে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
  • @mondipbarhoi9371
    😍😍😍....... .. tnq emn dhuniya gan ata apunalukr babe hunib plu 🥰
  • @runabora4883
    বা গীতটি শুনি বহুত বহুত বেছিয়েই ভাল লাগিল ❤❤❤❤❤❤❤ বা তোমাৰ গীতবোৰ মই শুনিয়েই থাকোঁ 😊 বা তোমাৰ দৰে তোমাৰ মাতটোও বৰ মৰম লগা 😘😘😘 বা তুমি সদায় এনেদৰেই আগুৱাই গৈ থাকা।💝💝💝💝💝💝💝💝
  • @dhan3363
    ইমান সুন্দৰ লাগিছে শুনি আমনি নালাগে । ❤❤❤❤আৱাহন থিয়েটাৰ2023-2024❤
  • @azizulrahaman997
    Amazing ❤❤❤❤ গা জুৰ পৰি যোৱা কণ্ঠ love 💕 from Darrang Sipajar.
  • @Rubulgogoi209
    শিল্পীয়ে সেইবাবে ৰাজনীতিৰ সলনি সংগীত চৰ্চা কৰিলে সুন্দৰ গীতৰ সৃষ্টি হয় । ফুকন উপাধিৰ শিল্পী জনক কৈছো ।
  • @khokansarkar1483
    অতি সুন্দৰ কণ্ঠ পাপৰি বা । আগুৱাই যাওক
  • @mukulnath8748
    ILovely song.❤️❤️❤️❤️🤩🎶🎶my favourite song. supar song 😉😊🌹😘.
  • বহুত বহুত ভাল লাগিল গানটো শুনি পাপৰি বা❤❤❤❤❤❤
  • @hareshdas1071
    গানটো যোনে ভাল পাই Like এটা কৰি দিব🔥🔥🔥❤❤😁😁
  • খুব সুন্দৰ♥ বহুত মৰম থাকিল বা আৰু দাদা💕🥰 Love from jorhat- dahotia♥📍
  • @sweetvideo7985
    হৃদয়ৰ পৰা পাপৰি বা আৰু নীল দা।🙌🙌❣️❣️❣️❣️❣️❣️❣️❣️❣️💞💞💞💞💞💞💞🥰🥰🥰🥰🥰🥰🥰😍
  • @sgogoi459
    এ মজ্জা 👌👌বৰ ধুনীয়া হৈছে কথা আৰু সুৰ ❤❤ কণ্ঠদান ভাল হৈছে দুয়োৰে। সুন্দৰ... শুভেচ্ছা থাকিল আৱাহন থিয়েটাৰৰ পৰিয়ালৰ সকলোলৈ❤❤। ৰাইজৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশা থাকিল......💕💕🤞🤞
  • ধুনীয়া গীত👌👌👌 Love From Gohpur Assam❤️❤️❤️
  • বা তোমাৰ প্ৰতিটো গানে মোৰ বহুত প্ৰিয় ❤ তুমি আৰু আগুৱাই যোৱা ভগৱানে তোমাক ভালে কুশলে ৰাখক তাকে কামনা কৰিলোঁ 🙏