Ja Namatu Tuk || Neel Akaash || Papori Gogoi || Prastuti Parasar

5,947,643
0
Published 2023-07-16
Abahan theatre 2023-24 present
Song - Ja Namatu Tuk
Singer - Neel Akash, Papori Gogoi
Composer & Lyrics - Ajoy Phukan
Music/mix& Mastered - Palash Gogoi
backing vocal - Palash Gogoi
Flute - Anjan Medhi
Poster design & lyrical video- Partha Jit Hira

All Comments (21)
  • @ManidulOfficial
    পাপৰি মেম অসমৰ এনেকুৱা এজনী সু কণ্ঠী গায়িকা। যাৰ কণ্ঠই মৰি যোৱা হিয়াক প্ৰাণ দি উভতাই উঠাব পাৰে। সদায় সুস্থ শৰীৰ আৰু সুন্দৰ মনলৈ জীয়াই থকা। অহংকাৰ যেন আপোনাৰ পৰা হেজাৰ কি:মি: দূৰত থাকক। সদায় অসমৰ ৰাইজে আপোনাক জুবিন দাৰ দৰে হিয়াৰ আমুঠি কৰি ৰাখক। কামনা কৰিলোঁ ঈশ্বৰৰ ওচৰত।
  • @dhan3363
    ইমান সুন্দৰ লাগিছে শুনি আমনি নালাগে । ❤❤❤❤আৱাহন থিয়েটাৰ2023-2024❤
  • @mukulnath8748
    ILovely song.❤️❤️❤️❤️🤩🎶🎶my favourite song. supar song 😉😊🌹😘.
  • @runabora4883
    বা গীতটি শুনি বহুত বহুত বেছিয়েই ভাল লাগিল ❤❤❤❤❤❤❤ বা তোমাৰ গীতবোৰ মই শুনিয়েই থাকোঁ 😊 বা তোমাৰ দৰে তোমাৰ মাতটোও বৰ মৰম লগা 😘😘😘 বা তুমি সদায় এনেদৰেই আগুৱাই গৈ থাকা।💝💝💝💝💝💝💝💝
  • @khokansarkar1483
    অতি সুন্দৰ কণ্ঠ পাপৰি বা । আগুৱাই যাওক
  • @hareshdas1071
    গানটো যোনে ভাল পাই Like এটা কৰি দিব🔥🔥🔥❤❤😁😁
  • বহুত বহুত ভাল লাগিল গানটো শুনি পাপৰি বা❤❤❤❤❤❤
  • @indiatube3390
    ⚘️Mojjah.......🍁🌻🍁 ⚘️nice - Song ⚘️nice - Voice ⚘️nice - Music ⚘️nice - Lyrics ⚘️nice - Tune ❤️❤️ Special thanks Papori madam & all team members বহুত বহুত ভাল লগা গান এটা ৰাইজক উপহাৰ দিয়াৰ বাবেই 🌹❤️🙏❤️🌹
  • @Rubulgogoi209
    শিল্পীয়ে সেইবাবে ৰাজনীতিৰ সলনি সংগীত চৰ্চা কৰিলে সুন্দৰ গীতৰ সৃষ্টি হয় । ফুকন উপাধিৰ শিল্পী জনক কৈছো ।
  • @mondipbarhoi9371
    😍😍😍....... .. tnq emn dhuniya gan ata apunalukr babe hunib plu 🥰
  • @pannyabala4416
    Pure song 🥰🥰🥰 Love from South Tripura india 🥰
  • @pubalisarmah2396
    I love your songs ❤❤🎉this song is awesome ❤❤❤best song ever ❤❤so beautiful
  • @debojitsaikia6568
    খুব সুন্দৰ♥ বহুত মৰম থাকিল বা আৰু দাদা💕🥰 Love from jorhat- dahotia♥📍
  • @dipensonowal9874
    পাপৰি বা আৰু নীল দাৰ বাবে এটা like ধেমাজি ৰ পৰা বহুত মৰম বা ইমান এটা গীত আমাৰ বাবে উপহাৰ দিয়াৰ বাবে love from dhemaji ❤️
  • @impankaj99
    নেপালী গান ৰিপেজেন্ত কৰাৰ বাবে বহু বহু ধন্যবাদ🙏♥️
  • Huni huni hepahei polua nai 🤗 Bhakha nai kbloi 😊❤ pakhili baa ( papori ) lots of love from dhemaji ❤
  • @azizulrahaman997
    Amazing ❤❤❤❤ গা জুৰ পৰি যোৱা কণ্ঠ love 💕 from Darrang Sipajar.