Assam News: সহস্ৰাধিক লোকে একপ্ৰকাৰ ঘেৰ ধৰি একপ্ৰকাৰ অপদস্থ কৰিলে স্থানীয় বিধায়গৰাকীক

65,694
0
Published 2024-07-03
কলিয়াবৰৰ হাতীমূৰা মথাউৰি ভঙাক লৈ বুধবাৰে সহস্ৰাধিক লোকে একপ্ৰকাৰ ঘেৰ ধৰি একপ্ৰকাৰ অপদস্থ কৰিলে স্থানীয় বিধায়গৰাকীক। প্ৰাকৃতিক বিপৰ্যয়ৰ পাছতো হঠাত কিয় এনেদৰে জ্যেষ্ঠ নেতাগৰাকী সন্মুখীন হল গণৰোষৰ?

#assam #nd24assamese #nd24news #nd24live #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.

All you need to do is PRESS THE BELL ICON next to the Subscribe button!

ND24 is an Assamese News Channel. ND24 YouTube channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.

Stay tuned for the latest updates from India and around the world!

𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄

▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: www.facebook.com/nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: twitter.com/nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: www.instagram.com/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞:    / @nd24assam  

𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒

▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
   • আজিৰ পৰ্যৱেক্ষণ | RAJDEEP BAILUNG BARUAH  

▶️ HASHTAG BY MANASH PRATIM DEKA
   • HASHTAG | MANASH PRATIM DEKA  

▶️ ৰাজপাট কাৰ?
   • ৰাজপাট কাৰ? | 2024 Lok Sabha Polls  

𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟

All Comments (21)
  • ৩০ বছৰ কেৱল লুটিছে।।। কিহৰ বাবে ভোট দিছে ৰাইজে।। এইয়া দুদৰ্শা ৰাইজে নিজে ঘটি লোৱা
  • Election সময়ত আপোনালোকে মেখেলা দাঙি নাচিব আৰু কব আকৌ এবাৰ মোদী চৰকাৰ বুলি
  • বানপানী শেষ হলে আমি সকলো পাহৰি যাম।
  • @Hun123pmmp73
    কাইলৈ কিবা নতুনকে লাখ পতিয়া scheme উলিয়ালেই সকলো পাহৰি যাব,,,, সেয়ে ভোট দিয়া সময়ত টকাৰ সলনি নিজৰ ঘৰৰ আশেপাশে থকা সমস্যা বিলাককো গুৰুত্ব দিব লাগে
  • @huntideka1067
    ১২৫০ টকা আৰু ১ লাখ টকা বাইদেউ . এনেও জিকিব. নিৰ্লজ্জ
  • সমষ্টি বাসীৰ দুখ বুলি ভাবো মই কাৰণ একেই জন মানুহক যদি বাৰে বাৰে জিকাই থাকে এনে হোৱাটো স্বাভাৱিক বুলি ভাবো এইবোৰক সলনি কৰক আৰু
  • ২০২৬ চনৰ নিৰ্বাচনলৈ মনত থাকিব নে পাহৰিব
  • সুন্দৰ ৰাইজ সজাক হওক 🙏🏻🙏🏻🙏🏻🙏🏻
  • বানপানী যোৱাৰ পিছত পদুম ফুল ৰোবাৰ ব্যবস্থা নেকি ?অৰুণদয়ো নালাগে বানপানীও নালাগে ?
  • @4u206
    অসমীয়াই অসমৰ সত্ৰু
  • আজি কান্দিলে কি হব আকৌ একেজন মানুহকে ভোট দিব ৷ ভায়েকক ঠিকা দিয়াই কাম নিকি ভালদৰে কাম কৰিলে কিয় মথাউৰি নাভাঙিলে হয়
  • কেশৱ মহন্তৰ পৰিয়ালটোৱে ভালকৈ লুটিছে
  • কিছুমান ৰাজনৈতিক নেতাৰ কাৰনে অসমৰ বানপানী সোনৰ কনী পৰা হাহৰ নিছিনা।
  • সচা ৰাজনীতি নকৰিলে সকলো ৰাজনৈতিক নেতাৰ এদিন এনেকৈ বেয়া দিন আহিবা।
  • ৰজা যেনে প্ৰজা তেনে , হাতীৰ পিঠিত নহ'ব আৰু ৰাইজে বুজাই দিছে, চাহ বাগিচাত ৰজা হোৱাৰ দিন আহিছে
  • ৰাম ৰাম ৰাম ৰাম। ঠিকাদাৰৰ দূষ নাই পানীৰহে দূষ। ৰাইজে নুবুজে কিয?
  • ৰাইজ 2026 তেওঁক উত্তৰ তো দি দিয়ক