Morom Enekuai (From "Chupa Chupi") - @BishrutSaikia | Shyamantika Kalita | Palash Surya Gogoi

711,882
0
Published 2024-06-03
Presenting Morom Enekuai (From "Chupa Chupi") Music Video by Bishrut Saikia, Shyamantika Kalita, Palash Surya Gogoi exclusively on Atlas Creation.

♫ Track Info ♫
Singer: Bishrut Saikia, Shyamantika Kalita
Album: Chupa Chupi
Lyrics-Composition-Music: Palash Surya Gogoi
Mixing-Mastering: Pinku Das

Producer: Hrishikesh Patgiri

[Social]
Atlas Creation
Facebook: facebook.com/@Atlas-Creation-100064126479047/
Instagram: www.instagram.com/atlas_creation/

© ℗ Atlas Creation. All Rights Reserved.

NOTE: Any illegal reproduction or reupload of this content in any form will result in immediate action against the person concerned.

Digitally Powered by Eikhon Axom Hoi Bhai Media
Web: eahbmedia.in/
___________________________________
Enjoy & stay connected with us!

All Comments (21)
  • ভিদিও টো চাই এনেকুৱা লাগিছে যেন আমাৰ কথাই কৈছে । সেই যে ৰাতি মাই চিঠি লিখি থকা দেখিব বুলি মাৰ টোপনি অহা লৈ অপেক্ষা কৰা, মাই টোপনি যোৱাৰ পাছত মনে মনে গৈ চিঠি লিখা, টিওচন চুটি হোৱালৈ তাইৰ বাবে দোকানত অপেক্ষা কৰা, দুয়ো একেলগে চাইকেলত অহা, সৰু এটা কিপেদ ফণ ত 9 টকীয়া মেচেজ পেক ভৰাই যেন গোটেই সংসাৰ ৰ সকলো কথা পতা । কি যে দিন আছিল সেইবিলাক। বহুত বেছি ধন্যবাদ বিশ্ৰুত দা আমাক এইয়া পুৰণি কথা মনত পেলাই দিবলৈ । ❤
  • অতীতলৈ ঘূৰি গলো ৰাতি সকলো শোৱাৰ পিছত আপোনজনলৈ মনে মনে চিঠি লিখা। টিউচনৰ পিছত লগ কৰা। বিশ্ৰুত দাক অশেষ ধন্যবাদ ইমান ধুনীয়া গান এটা আমাক উপহাৰ দিছে।
  • @rupandas4171
    ৰাতিপুৱা কুৱলিপৰত চাইকেল চলাই টিউশন লৈ যোৱা কথাবোৰ মনত পুনৰায় ভাহি উঠিল । ❤😊
  • @Anuragbora
    ৰাতি সকলোৱে শুৱাৰ পিছত লেমৰ পোহৰত লিখা চিঠিখন মনত পৰি গ'ল।সেই যে শেষত A+P আৰু ডাইলগবোৰ।সেই প্ৰেমৰ তৃপ্তি বহুত বেলেগ,স্বাৰ্থ নথকা এক সম্পৰ্ক।❤
  • নিজে পঢ়ি অহা হাইস্কুলখনক দেখি ভাল লাগি গ'ল। "চৌখুটি হাইস্কুল" আমাৰ আৱেগ ❤️ তাতেই আকৌ বিশ্ৰুত শইকীয়াৰ গানৰ পৰশ 🌼
  • স্কুলৰ দিনবোৰলৈ মনত পৰি গ’ল । সঁচাই সেই অনুভৱৰ মাদকতাই সুকীয়া । হৃদয়ৰ কোনোবাখিনিত স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে ❤ সেই অনুভৱখিনিক এতিয়া কি নাম দিম নাজানো , কিন্তু সেই মিঠা অনুভৱৰ সাক্ষী হৈ ৰ’ল এখন চিনিকী মুখ ❤ H + S মৰম এনেকুৱাই ❤❤❤
  • মৰমৰ কোনো নিয়ম নাথাকে, অন্তৰৰ তাগিদাত যেতিয়া যেনেকৈয়ে হয় প্ৰেম তেনেকুৱাই.......যান্ত্ৰিক পৃথিৱীতো সঁচা ভালপোৱাবোৰ নিৰ্ভেজাল, পৱিত্ৰ, সৰগীয়....মৰম এনেকুৱাই❤
  • পলাশ গগৈৰ কথা সুৰ সংগীত সদায় অনন্য। এইগীতটো তেখেতৰ অন্যতম প্ৰিয়গীত হৈ পৰিছে। বিশ্ৰুত শইকীয়াৰ ধুনীয়া কণ্ঠ❤
  • Hailing from Majuli, studying in IISER Kolkata, this video is a total nostalgia. I am proudly sharing this with my non-Assamese friends, particularly Bengali & Odia buddies who would appreciate this more. Being asked about love here, I always expressed about the essence of simple love found only in villages. But I fail always to show them a visualization of what is the true experience. The visuals and the music in this video truly depicts most of it. Aaaah! The amount of simplicity village love bears within! When I speak of love, I speak of those pure and simple twinklings of emotions, raw and elegant. When I speak of luxury, I speak of those evenings cycling along the bank of Brahmaputra, past her home. Friends accompanying the flow of emotions with their usual pick up songs. Sitting in the shadow of the Banyan Tree, casting poems. The smell of mustard fields and the fragrance of rain-kissed soil. When I speak of love, I speak of those little luxuries. Thanks again for the beautiful song with even more beautiful visuals.
  • নিজকে বিচাৰী পাইছো ‌বহুত‌ বছৰৰ ‌মূৰত,,, লিখিবলৈ বহুত ‌আছে কিন্তূ ভাষা ই বিচাৰী‌ পোৱা নাই চোন ।,‌ চকুত চকুপানী আজি লৰালি টো, শৈশৱটো ‌ওভতাই পোৱা হলে, ‌বৰকৈ মনত পৰিছে আজি, সময় টো থমকি‌ শৈশৱলৈ লৈ যোৱা হলে, ❤❤🎉
  • @mathshub9977
    সমিধান এটি দিয়া , বিধানো তাৰে হোৱা ❤❤.....This line ufff ❤
  • পৰিচালনা,অভিনয়,সংগীত,সুৰ আৰু নাটকীয় শৈলী অন্যতম....
  • পুৰণা কথা বোৰ মনত পৰি গৈছে 😪 ইমান সুন্দৰ কৈ উপস্থাপন কৰিছে , অতীতৰ কথা বোৰ মনত পৰি গৈছে গান টো শুনি চকুৰ পানী ওলাই গৈছে , বুজাব নোৱাৰি 😢 এইকন সুখ😢 বিশ্ৰুত দাৰ প্ৰতিটো গানেই সদায় বিশেষ ❤
  • @jimidas7050
    বিশবাৰ মান শুনিলো❤️, সঁচাই সঁচা প্ৰেমৰ যি অনুভূতি, তাৰ মাদকতাই সুকীয়া। এতিয়া বাৰু জী আছেনে এনে প্ৰেম? গীতটিৰ মাজেৰে নিঁভাজ অকৃত্ৰিম মৰমৰ প্ৰকাশ বৰ সুন্দৰকৈ ঘটিছে। আজিকালিৰ চুটি কাপোৰ পিন্ধি নাচি থকা ভিডিঅ'ৰ পৰিবৰ্তে ইমান ধুনীয়া অভিনয়ে এই গীতটিৰ সৌন্দৰ্য আৰু গভীৰ কৰি তুলিছে 💚। কণ্ঠৰ কথা কি ক'ম? একেবাৰে শীতল বতাহজাক হৈ বুকুৰ গভীৰলৈ শিপাইছে❤️🙏
  • বহুত দিনৰ মূৰত উচ্চ মানদণ্ডৰ এটি মন পৰশা গীত শুনিলো, গীত টোৰ ৰচনা , সুৰ, আৰু গায়ক সকলোঁ সাৱলীল আৰু বিশেষ 💫♡
  • @AnkiandAyan
    Uffff ki j song❤❤kbloi aku word nai....emn dhuniya
  • I do not understand this language but what a beautiful tune… love it so much. Love from Maharashtra.
  • @ankurdutta3885
    Just Wooow,,,,, গানটোৰ লগত visuals বোৰ ইমান ধুনীয়াকৈ মিলি গৈছে ❤️ Voice of Shyamontika Kalita💞 বিশ্ৰুত দাৰ কথাটো কবই নালাগে,,, মন প্ৰাণ চুই যাই ❤️❤️